FATAFATIDHEMALI ASSAMESE JOKES AND MEME
89 subscribers
40 photos
3 videos
63 links
Fata Fati Dhemali Latest Assamese Jokes and Meme
Download Telegram
নগেনে দীঘল পাইপ এডালৰ মুৰত চিগাৰেট এটা জ্বলাই হুপি আছিল।
খগেনঃ পাইপ লগাই চিগাৰেট হুপিছ যে ?
নগেনঃ ডাক্তৰে কৈছিল নহয় ___ বিড়ি চিগাৰেটৰ পৰা আঁতৰত থাকিবলৈ। সেয়েহে.........


Assamese Jokes https://tttttt.me/AssameseJokesMeme


😜😜😜
নগেনে দীঘল পাইপ এডালৰ মুৰত চিগাৰেট এটা জ্বলাই হুপি আছিল।
খগেনঃ পাইপ লগাই চিগাৰেট হুপিছ যে ?
নগেনঃ ডাক্তৰে কৈছিল নহয় ___ বিড়ি চিগাৰেটৰ পৰা আঁতৰত থাকিবলৈ। সেয়েহে.........

🌺🌹

╭═══════════════════════╮
Ꭻᴏɪɴ ➛https://tttttt.me/Assamesejokesmeme
╰═══════════════════════╯
চেলিম ভাইৰ এখন ভৰি নীলা হৈ পৰিল
ডাক্তৰ : ভৰিত বিষ (poison) বিয়পি পৰিল, ভৰিখন কাটিব লাগিব।
দুদিনৰ পাছত আনখন ভৰিও নীলা হৈ পৰিল
ডাক্তৰ : এইখন ভৰিতো বিষ বিয়পিল এইখনো কাটিব লাগিব
এইবুলি দুয়োখন ভৰি কাটি কৃত্ৰিম ভৰি দুখন লগাই দিলে
অলপদিনৰ পাছত কৃত্ৰিম ভৰিদুখনো নীলা হৈ পৰিল
ডাক্তৰ : চেলিম ভাই বেমাৰটো ওলাল, আপোনাৰ লুংগীৰ ৰং যায়, এইবাৰ লুংগীখন সলাব লাগিব।


╭═══════════════════════╮
Ꭻᴏɪɴ ➛https://tttttt.me/Assamesejokesmeme
╰═══════════════════════╯
নগেনৰ পত্নী মালতীয়ে পাকঘৰত অমলেট বনাবলৈ লৈছে৷ নগেন আহি পিছফালৰ পৰা মাত লগালে.....
.
হেৰা ভালদৰে বনাবা......
পিয়াজ বোৰ অলপ মিহিকৈ কাটিব লাগিছিল... ...
.
নিমখ ঠিকমতে দিছা নাই.......
.
তেল অলপ বেছিকৈ দিয়া......
.
ৰবা ৰবা এতিয়াই নিদিবা......
তেল খিনিটো গৰম হবলৈ দিয়া.....
লুটিয়াই দিয়া, লুটিয়াই দিয়া.....
ছেঃ বেছিকৈ ভাজিলা .....

মালতী দমদমাই উঠিল ... হেৰি কি আবুল তাবুল বলকি আছে হে ? মই কিবা অমলেট এটাও বনাব নাজানো বুলি ভাবিছে নেকি ?
.
নগেন :-( মিহিকৈ ) নহয় অ' আমি গিৰিয়েক বোৰে গাড়ী চলাই যাওতে.
.
তোমালোকে কাষত বহি যে এনেকৈ চলাবা,
.
তেনেকৈ চলাবা, ব্ৰেক মাৰা, জোৰত নাজাবা আদি বোৰ কৈ গলে আমাৰ কি অনুভৱ হয় তাকেহে বুজাব খুজিছো৷
..... মালতী বেহুচ.... নগেন খুচ .....🤔🤔😂😂😂


🌺🌹

╭═══════════════════════╮
Ꭻᴏɪɴ ➛https://tttttt.me/Assamesejokesmeme
╰═══════════════════════╯
🙏🙏ওম নম শিৱায় 🙏🙏
নগেনৰ দ্ৰাইভিং লাইচেন্স এখন উলিয়াব লাগে৷ আগতে টকা দিলে দুদিনতে পাই৷ পিছে এই DTO জন বৰ কাঢ়া৷ পৰিক্ষা দিবই লাগিব৷ নগেনে তিনিবাৰ দিয়ো পাছ কৰিব নোৱাৰিলে৷ পৰিক্ষাৰ লগতে যে ধনো দিব লাগে সেই কথা নগেনে নুবুজিলে৷ বন্ধু খগেনে উপায় দিলে...অৰুনাচলৰ পৰা উলিয়াবলৈ৷ পইচা পাতিৰ খেল নাই, অকল নামত ইন্টাৰভিউ এটা হয় আৰু সহজ দুই এটা প্ৰশ্ন সুধে বচ...৷
নগেন পিচদিনাই ইটানগৰ পালেগৈ৷ বেচি দূৰ নহয় সিহতৰ তাৰ পৰা৷ দফলা DTO জনে ইন্টাৰভিউ ললে.... দৰি লওক আপুনি লাগা একটা ঠেক ৰাস্তাতে গাড়ী চলাইকিনে গৈ আছে, আপনাৰ এক চাইদে আছে উঁছা পাহাৰ আৰু এক চাইদে আছে নদী আৰু ছামনে আহি গল দুটা মাইকী, একটা জৱান, একটা বুঢ়ি, আপুনি লাগা কোনটোকে মাৰিব ?
নগেন:-(অলপ ভাবি) বুঢ়িটোকে মাৰি দিম চাৰ৷
নগেন দাইৰেক্ট ফেইল...৷ নগেনে কাউ বাউ কৈ অফিচাৰ জনক ধৰিলে যে আৰু এটা চান্স তাক দিব লাগে৷ অফিচাৰ জনে পুনৰ একেটা প্ৰশ্নকে কৰিলে৷ নগেনে পটককে কলে ... জৱান টোকে মাৰি দিম চাৰ ৷
নগেন আকৌ ফেইল৷ এইবাৰ নগেন গৰগৰাই উঠিল... কি ধেমালি এইবোৰ...বুঢ়িটো মাৰিলেও ফেইল, জৱানটো মাৰিলেও ফেইল... তেন্তে কি হব উত্তৰ?
অফিচাৰ জনেও দাং খাই উঠিল .... তই লাগা মাইকি কেইটাৰ পিচত কিয় লাগি আছ, ব্ৰেকটোকে মাৰিবি, ব্ৰেকটোকে৷ নাইহলে তুৰ লাগা গাড়ীটো এক্সিদেন্ট হৈ যাব ৷
🤔



╭═══════════════════════╮
Ꭻᴏɪɴ ➛https://tttttt.me/Assamesejokesmeme
╰═══════════════════════╯
বাছ ষ্টেণ্ডত এজন মানুহে মিনি স্কাৰ্ট পিন্ধা ছোৱালী এজনীলৈ চাই আছিল ৷
.
ছোৱালী জনীয়ে বিৰক্তি পাই সুধিলে ____
ছোৱালীঃকি চাই আছে ?
ব্যক্তিঃ তোমাকে চাই আছো ৷
ছোৱালীঃ কিয় চাই আছে ?
ব্যক্তিঃ ধুনীয়া লাগিছে বাবইটো চাই আছো ৷
ছোৱালীঃ কি ধুনীয়া লাগিছে ?
ব্যক্তিঃ তোমাৰ কাপোৰ যোৰ ৷ ক’ত পালা নো?
ছোৱালীঃ ( খঙেৰে ) গছত লাগিছিল ৷
ব্যক্তিঃ ভন্টি ……… বৰ কলিতে ছিঙিলা কিন্তু দেই ৷ 😂😊

Join https://tttttt.me/Assamesejokesmeme

🤣🤣🤣🤣
বিয়াৰ আগত গুৱাহাটীৰ ফুটপাথত

.
ল'ৰা--- চাবা দেই জানু আগত গাঁত আছে । অলপ সাবধানে আহিবা (পাৰিলে দাঙিয়ে নিব খোজে)
.
.
.
বিয়াৰ এবছৰ পিছত
ল'ৰা------ চাবা আগত এটা গাঁত আছে
.
.
বিয়াৰ তিনি বছৰ পাছত
,
ল'ৰা------- কণাৰ বংশতো ....গাতা দেখা নাই
.
.
আৰু পাঁচ বছৰ পিছত
.
ল'ৰা----- মৰবি এ গাতাত পৰি । ইগলাক গুৱাহাটীত আনাই ভুল । আহা কিয়ো এ.. আহা কিয়ো !

Join https://tttttt.me/Assamesejokesmeme
😝😝😝😝